জননী জম্মভূমি
প্ৰাণৰো প্ৰাণ মোৰ,
সবাতোকৈ আপোন মোৰ
সবাতোকৈ সুৱনি মোৰ।

নাই এনে দ্বিতীয়খন
এই পৃথিৱীত,
নাই এনে আপোন ঠাই
এই ধৰণীত।

এয়াই মোৰ সকলো
সা-সম্পত্তি,
এয়াই মোৰ সকলো
মান- যশস্ৰ।