জননী জন্মভূমি

জননী জম্মভূমি
প্ৰাণৰো প্ৰাণ মোৰ,
সবাতোকৈ আপোন মোৰ
সবাতোকৈ সুৱনি মোৰ।

নাই এনে দ্বিতীয়খন
এই পৃথিৱীত,
নাই এনে আপোন ঠাই
এই ধৰণীত।

এয়াই মোৰ সকলো
সা-সম্পত্তি,
এয়াই মোৰ সকলো
মান- যশস্ৰ।

Shivanga Kumar Gogoi
(C) All Rights Reserved. Poem Submitted on 07/03/2019 The copyright of the poems published here are belong to their poets. Internetpoem.com is a non-profit poetry portal. All information in here has been published only for educational and informational purposes.