জননী জম্মভূমি প্ৰাণৰো প্ৰাণ মোৰ, সবাতোকৈ আপোন মোৰ সবাতোকৈ সুৱনি মোৰ। নাই এনে দ্বিতীয়খন এই পৃথিৱীত, নাই এনে আপোন ঠাই এই ধৰণীত। এয়াই মোৰ সকলো সা-সম্পত্তি, এয়াই মোৰ সকলো মান- যশস্ৰ।